www.fgks.org   »   [go: up one dir, main page]

সমললৈ যাওক

২৯ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

২৯ ডিচেম্বৰ (ইংৰাজী: 29 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৬৩তম (অধিবৰ্ষত ৩৬৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৭২ - কলকাতাত মাটিৰ তলেৰে যোৱা ৰে’লপথ নিৰ্মাণ কৰা হয়।[1]
  • ১৮৫৬ - টিকেন্দ্ৰজিৎ সিং, স্বাধীন মণিপুৰ ৰাজপৰিয়ালৰ ৰাজকুমাৰ।
  • ১৯১৭ - ৰামানন্দ সাগৰ, ভাৰতীয় ছবি নিৰ্দেশক আৰু ধাৰাবাহিক নিৰ্মাতা।
  • ১৯২৬ - নৱকান্ত বৰুৱা, অসমীয়া কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক।
  • ১৯৭৩ - টুইংকল খান্না, ভাৰতীয় লেখক, বাতৰি কাকতৰ স্তম্ভলেখক, ইণ্টেৰিঅ'ৰ ডিজাইনাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।
  • ১৯৮৪ - ৰুবুল দাস, অসমীয়া লেখক, সাংবাদিক।
  • ১৯৮৯ - কেই নিশিকোৰি, জাপানী পেছাদাৰী টেনিছ খেলুৱৈ।
  • ১৯৯১ - ৰিতু ৰাণী, ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক।
  • ২০১৫ - ঔম প্ৰকাশ মলহোত্ৰা, ভাৰতীয় ৰাজনীতিবিদ।
  • ২০২২ - পেলে, এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। তেওঁক বহু কুশলী ব্যক্তি, সমালোচক, পূৰ্বৰ বা বৰ্তমানৰ খেলুৱৈ আৰু গুণগ্ৰাহীয়ে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে। [2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]