www.fgks.org   »   [go: up one dir, main page]

সমললৈ যাওক

১৮ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১৮ জানুৱাৰী (ইংৰাজী: 18 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৭টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

[সম্পাদনা কৰক]
  • ১৬৭৮ - সাহিত্যিকজন বানিয়নৰ প্ৰসিদ্ধ গ্ৰন্থ দি পিলগ্ৰিমছ প্ৰগ্ৰেছৰ প্ৰথম খণ্ড প্ৰকাশিত হয়। এইখনেই ১৮৫১ চনত যাত্ৰীকৰ যাত্ৰা নামেৰে অৰুণোদইত খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হয়।
  • ১৮৪২ - মহাদেৱ গোবিন্দ ৰানডে, ভাৰতীয় পণ্ডিত, সমাজ সংস্কাৰক, বিচাৰপতি আৰু লেখক।
  • ১৯৭২ - বিনোদ কাম্বলি, ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯৩৬ - ৰুডয়াৰ্ড কিপলিং, সাহিত্যৰ নোবেল বঁটা (১৯০৭ চন) বিজেতা ইংৰাজ সাহিত্যিক। তেওঁৰ জনপ্ৰিয় আৰু প্ৰসিদ্ধ গ্ৰন্থ হ’ল দা জংগল বুক।
  • ১৯৪০ - কনকলাল বৰুৱা, অসমীয়া সাহিত্যিক আৰু বুৰঞ্জীবিদ।
  • ১৯৪৭ - কুন্দন লাল ছাইগল, ভাৰতীয় কণ্ঠশিল্পী।
  • ২০০৩ - হৰিবংশ ৰায় বচ্চন, ভাৰতীয় কবি আৰু লেখক।
  • ২০১২ - এন্থনি গনছালভেছ, ভাৰতীয় সংগীতজ্ঞ।
  • ২০১৭ - ড॰ জহৰুল হক, ইছলামিক বিদ্বান।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]