www.fgks.org   »   [go: up one dir, main page]

সমললৈ যাওক

হিন্দী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia হিন্দী ৱিকিপিডিয়া
soft2i
ইউ আৰ এল hi.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা হিন্দী es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

হিন্দী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ হিন্দী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৬১,৯২০ প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২৪ চনত হিন্দী ৱিকিপিডিয়াৰ ১,৬১,৯২০ টা প্ৰবন্ধ, ৮,১৭,০০০ গৰাকী সম্পাদক, ৭ গৰাকী প্ৰশাসক আৰু ৪,৪০৯ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৬১,২৮,৮৯৯।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

হিন্দী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]