www.fgks.org   »   [go: up one dir, main page]

সমললৈ যাওক

পশুকামিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাগলীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা পান, হাৰকুলেনিয়ামৰ পেপিৰি ভিলাত অৱস্থিত ভাস্কৰ্য্য, ১৭৫২
মানুহে ঘোঁৰাৰ সৈতে সঙ্গম কৰিছে, খাজুৰাহো মন্দিৰৰ বৰ্হিভাগৰ চিত্ৰ
মানুহে ঘোঁৰাৰ সৈতে সঙ্গম কৰিছে, ভাৰতৰ খাজুৰাহোৰ লক্ষ্মণ মন্দিৰৰ বৰ্হিভাগৰ চিত্ৰ

পশুকামিতা ( ইংৰাজী: Zoophilia) বা পাশ্বাচাৰ (ইংৰাজী: Bestiality) হৈছে মানুহ আৰু প্ৰাণীৰ মাজত আন্তঃপ্ৰজাতি-যৌন কাৰ্য্যকলাপ। কিন্তু কিছুমান গৱেষকে আকৰ্ষণ (পশুকামিতা) আৰু যৌনক্ৰিয়া (পাশ্বাচাৰ)ৰ মাজত বিভাজন ৰেখা তৈয়াৰ কৰিছে।[1] যদিও কিছুমান দেশত জীৱ-জন্তুৰ সৈতে সংগম নিষিদ্ধ নহয়, তথাপিও বেছিভাগ দেশতে পশু নিৰ্যাতন, পায়ুকামিতা বা প্ৰকৃতি বিৰোধী পাশ্বাচাৰ আইন মতে অবৈধ।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Ranger, R.; Fedoroff, P. (2014). Commentary: Zoophilia and the Law. 42. pp. 421–426. PMID 25492067. http://www.jaapl.org/content/42/4/421.full.