মুখমৈথুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।
এগৰাকী মহিলাৰ যোনি মুখৰ দ্বাৰা মৈথুন কৰিছে এজন পুৰুষে

মুখকাম বা মুখমৈথুন, যাক কেতিয়াবা মুখসংগম বুলিও কোৱা হয়, হৈছে এনে এক যৌন কাৰ্য্য য'ত এজন ব্যক্তিয়ে মুখগহ্বৰ (ওঁঠ, জিভা, দাঁত) ব্যৱহাৰ কৰি আন এজনৰ যৌনাংগক উদ্দীপিত কৰে ৷ [1] যদি মহিলাৰ যোনি উদ্দীপিত হয়, তেন্তে ইয়াক যোনি-মুখমৈথুন আৰু যেতিয়া পুৰুষৰ লিংগ উদ্দীপিত হয় তেতিয়া ইয়াক শিশ্ন-মুখমৈথুন বোলা হয়। ইয়াৰ উপৰিও যদি মুখগহ্বৰৰ জৰিয়তে মানুহৰ শৰীৰৰ আন অংশক উদ্দীপিত কৰা হয়, তেন্তে ইয়াক মৌখিক যৌন সম্পৰ্ক বুলিও গণ্য কৰা হ’ব, যেনে মলদ্বাৰৰ মৌখিক উদ্দীপনাক পায়ুমৈথুন বুলি কোৱা হয়, স্তন, নাভি, উৰু আদিৰ ক্ষেত্ৰতো মুখমৈথুন হিচাপে ধৰা হয়।

যোনি-মুখমৈথুন

এগৰাকী মহিলাৰ যোনি লেহন কৰিছে এজন পুৰুষে, ফৰাচী চিত্ৰকৰ এদুয়াৰ্দ অঁৰি অভ্ৰিলৰ চিত্ৰ
ফেচছিটিং, হেনৰিক লোচো (১৮৪০-১৮৯৭)

শিশ্ন-মুখমৈথুন

শিশ্ন-মুখ মৈথুনৰ চিত্ৰ
গভীৰ-কণ্ঠপ্ৰৱেশ বা ডিপ-থ্ৰোটিং
গভীৰ কন্ঠপ্ৰৱেশ

পায়ু-মুখমৈথুন

দুগৰাকী মহিলাৰ মাজত পায়ুলেহন
নাৰী-পুৰুষৰ মাজত পায়ুলেহন

তথ্যসূত্ৰ

  1. Elizabeth Boskey (17 June 2023). "Sexual Health What Should I Know About Oral Sex?". verywellhealth.com. https://www.verywellhealth.com/oral-sex-5079507.