ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া ৱিকিপিডিয়া-সমাজৰ আলোচনা কক্ষলৈ স্বাগতম। ইংৰাজী ৱিকিপিডিয়াত এই পৃষ্ঠাটোক "ভিলেজ পাম্প" বোলা হয়। অসমীয়াত সেয়ে অনেকে এই পৃষ্ঠাক ৱিকি-সমাজ, মুখ্য সদন, আড্ডা, ৰাইজৰ চ'ৰা, মেল আদি বিভিন্ন নামেৰে উল্লেখ কৰে।


পাঁচটা শিতানত বিভক্ত এই শিতানৰ পৃষ্ঠাসমূহত ৱিকিপিডিয়া সম্বন্ধীয় নীতি-নিৰ্দেশনা, পৰিচালনা আদি বিভিন্ন বিষয়ৰ সম্পৰ্কে আলোচনা কৰা হয়। তলৰ তালিকাত এই শিতানবোৰৰ বিষয়ে চমু বৰ্ণনা দিয়া হৈছে। পঢ়ুৱৈ বা সংকলকৰ এনে কোনো বিষয়ত কিবা ক'ব লগা থাকিলে উপযুক্ত শিতান সম্পৰ্কীয় পৃষ্ঠাত লিখিব পাৰে। সকলো শিতান একেলগে চাবলৈ এই সংযোগলৈ গৈ চাব পাৰে

অনুগ্ৰহ কৰি এই পৃষ্ঠাখনত একো নিলিখে যেন
(This page is not for discussions.)
চমুপথবোৰ:
WP:VP
WP:PUMP
WP:VILLAGE
WP:VILLAGEPUMP
ৰাইজৰ চ'ৰাৰ ভাগ/শিতানসমূহ
Edit-find-replace.svg
ৱিকিপিডিয়াৰ নীতি
লিখিব | লক্ষ্য ৰাখক | সন্ধান
ৱিকিপিডিয়াৰ নীতি সম্পৰ্কীয় বিষয়সমূহ (যেনে নতুন নীতিৰ প্ৰস্তাৱ, প্ৰচলিত নীতিৰ সালসলনি আদি) আলোচনাৰ কাৰণে।
Preferences-system.svg
ৱিকিমিস্ত্ৰীৰ দোকান
লিখিব | লক্ষ্য ৰাখক | সন্ধান

কাৰিকৰী আলোচনাৰ কাৰণে। ৱিকি ছফ্ট্‌ৱেৰ (মিডিয়াৱিকি) সম্পৰ্কে Bugzilla-ত লিখিব।

প্ৰস্তাৱসমূহ
প্ৰস্তাৱসমূহ
লিখক | লক্ষ্য ৰাখক | সন্ধান

ৱিকিপিডিয়াৰ নীতিৰ লগত জড়িত নোহোৱা বিষয়ৰ নতুন প্ৰস্তাৱৰ আলোচনাৰ বাবে। অনুগ্ৰহ কৰি ইংৰাজী ৱিকিপিডিয়াৰ perennial proposals আৰু persistent proposals এবাৰ চকু ফুৰাই লওক।

Dialog-information on.svgNuvola apps package development.png
উদ্ভাৱনশালা
লিখক | লক্ষ্য ৰাখক | সন্ধান

নতুন ধাৰণা মুকলি কৰাৰ আগতে সদস্যসকলৰ লগত আলোচনা কৰিবলৈ আৰু কোনো সমস্যাৰ সমাধানৰ বাবে।

Help-browser.svg
বিবিধ

লিখক | লক্ষ্য ৰাখক | সন্ধান

অন্য শিতানত খাপ নোখোৱা বিষয়ৰ আলোচনাৰ বাবে।

উদ্দেশ্য কোন স্থান/পৃষ্ঠালৈ যাব
...ৰাইজৰ চ'ৰাৰ সকলো শিতান একেলগে চাবলৈ ৰাইজৰ চ'ৰা (সকলো)
...ৰাইজৰ চ'ৰাৰ পুৰণি সংৰক্ষিত আলোচনা চাবলৈ সন্ধান
...ৱিকিপিডিয়া সম্পৰ্কীয় সাহায্য সাহায্য কেন্দ্ৰ
...ৱিকিপিডিয়াৰ পথ নিৰ্দেশনা বিভাগসমূহৰ সূচী
...নিৰ্দিষ্ট তথ্য (যেনে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি?) প্ৰসংগ মেজ
...কোনো প্ৰবন্ধৰ বিষয়ে গঠনমূলক আলোচনাৰ বাবে সতীৰ্থৰ মতামত
... সম্পাদনা সম্পৰ্কীয় বিবাদ সমাধানৰ বাবে সহায় বিচাৰি বা কোনো সদস্যৰ ব্যৱহাৰ সম্পৰ্কীয় অভিযোগৰ কাৰণে ; মতামত আহ্বান
...কোনো প্ৰবন্ধ সম্পৰ্কে মতামত দিবলৈ সংশ্লিষ্ট আলোচনা পৃষ্ঠা
...ৱিকিমিডিয়াৰ অন্যান্য প্ৰকল্প Wikimedia Meta-wiki
...কোনো তথ্য জানিবলৈ বা উদ্ধৃতি দিবলৈ ৱিকিপিডিয়াৰ উদ্ধৃতি দিবলৈ
...ৱিকিপিডিয়াৰ তথ্য ব্যবহাৰ কৰা ৱেবচাইটৰ সম্পৰ্কে খবৰ দিবলৈ/জানিবলৈ ৱিকিপিডিয়াৰ পৰা উদ্ভুত ৱেবচাইট
...প্ৰশ্ন সুধিবলৈ/মতামত দিবলৈ প্ৰশ্ন
...মিডিয়াৱিকিৰ বাৰ্তাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ মিডিয়াৱিকি বাৰ্তাসমূহ
আশা কৰা হয় যে গাঁৱৰ দমকলৰ কাষত ৰাইজ গোট খাই অঞ্চলটোৰ উন্নয়নৰ কথা পতাৰ দৰে ৰাইজৰ চ'ৰাতো সদস্যসকলে ৱিকিপিডিয়াৰ উন্নতিৰ কথা আলোচনা আৰু পৰিকল্পনা কৰিব।

সংৰক্ষণৰ নীতি

সাত দিনতকৈ পুৰণি (সৰ্বশেষ মন্তব্যৰ তাৰিখৰ পৰা আৰম্ভ কৰি) আলোচনা সমূহ অন্য এখন সহযোগী পৃষ্ঠাৰ এটা বিভাগলৈ (বিভাগৰ নাম/সাঁচনী পেৰা n) তুলি নিয়া হ'ব পাৰে। ইয়াৰ পাচত প্ৰয়োজন অনুসাৰে যথোপযুক্ত "আলোচনা পৃষ্ঠা"লৈ লৈ যোৱা হ'ব পাৰে। এনে আলোচনাবোৰ চাব খুজিলে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰাৰ সাঁচতীয়া তথ্য চাব পাৰে।

অন্যান্য দ্ৰষ্টব্য

New Wikipedia Library accounts available now (August 2016)


Hello Wikimedians!

The TWL OWL says sign up today!

The Wikipedia Library is announcing signups today for free, full-access, accounts to published research as part of our publisher donation program. You can now sign up for new accounts and research materials from:

  • Nomos – Primarily German-language publisher of law and social sciences books and journals - 25 accounts
  • World Scientific – Scientific, technical, and medical journals - 50 accounts
  • Edinburgh University Press – Humanities and social sciences journals - 25 accounts
  • American Psychological Association – Psychology books and journals - 10 accounts
  • Emerald – Journals on a range of topics including business, education, health care, and engineering - 10 accounts

Many other partnerships with accounts available are listed on our partners page, including Project MUSE, EBSCO, DeGruyter, Gale and Newspaperarchive.com.

Do better research and help expand the use of high quality references across Wikipedia projects: sign up today!
--The Wikipedia Library Team 18:38, 30 August 2016 (ইউ.টি.চি.)

You can host and coordinate signups for a Wikipedia Library branch in your own language! Please contact Ocaasi (WMF).
This message was delivered via the Global Mass Message tool to The Wikipedia Library Global Delivery List.

New Wikipedia Library Accounts Available Now (November 2016)


Hello Wikimedians!

The TWL OWL says sign up today!

The Wikipedia Library is announcing signups today for free, full-access, accounts to published research as part of our Publisher Donation Program. You can sign up for new accounts and research materials from:

Expansions

  • ' - Many new databases added
  • Taylor & Francis - Strategic, Defence & Security Studies collection

Many other partnerships with accounts available are listed on our partners page. Sign up today!
--The Wikipedia Library Team 18:30, 1 November 2016 (ইউ.টি.চি.)

You can host and coordinate signups for a Wikipedia Library branch in your own language. Please contact Ocaasi (WMF).
This message was delivered via the Global Mass Message tool to The Wikipedia Library Global Delivery List.